অসমদুৰ্ঘটনাদৈনিক বাতৰিবিশ্ব

ফিলিপাইনছত শোকাৱহ ঘটনা, জাহাজত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩০ জনৰ

জাহাজত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩০ জনৰ

ফিলিপাইনছত শোকাৱহ ঘটনা। জাহাজত জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ৩০ জনৰ মৃত্যু। প্ৰশান্ত মহাসাগৰেৰে ২৫০জন যাত্ৰী কঢ়িয়াই লৈ গৈছিল জাহাজখনে। ফিলিপাইনছৰ বেছিলন প্ৰান্তত সংঘটিত হয় এই ঘটনা। বৰ্তমানো সন্ধানহীন হৈ আছে কেইবাগৰাকীও যাত্ৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.