ফটো

Optical Illusion: ফটোখনত লুকাই থকা হৰিণাটো বিচাৰি উলিয়াওক…

পাহাৰৰ শিলৰ ৰং আৰু হৰিণাৰ ৰং একেই হোৱাৰ বাবে আপোনাৰ বাৰু হৰিণাটো বিচৰাত অসুবিধা হোৱা নাইনে? অলপ সময় মনোযোগ দি আকৌ এবাৰ চাওকচোন।

অপ্টিকেল ইলিউজন অথবা চকুৰ বিভ্ৰম হৈছে প্ৰকৃততে নথকা কিবা এটা বস্তু দেখা অথবা আমাৰ চকুৱে কোনো এটা বস্তু ভুলকৈ দেখা। আমাৰ মগজুৱে অপ্টিকেল ইলিউজনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। আজি অপ্টিকেল ইলিউজন থকা এখন ফটো লৈ আহিছো আপোনালোকৰ বাবে। তলত দিয়া ফটোখনলৈ ভালকৈ মন কৰক।

ফটোখনত আছে এটা শিলাবৃত পাহাৰ। পাহাৰটোৰ অ’ত-ত’ত ঘাঁহ গজি আছে। এই পাহাৰটোৰে এটা কোণত এটা হৰিণাই ঘাঁহ খাই আছে। পাহাৰৰ শিলৰ ৰং আৰু হৰিণাৰ ৰং একেই হোৱাৰ বাবে আপোনাৰ বাৰু হৰিণাটো বিচৰাত অসুবিধা হোৱা নাইনে? অলপ সময় মনোযোগ দি আকৌ এবাৰ চাওকচোন।

 

এতিয়া তলৰ ছবিখনলৈ ভালকৈ মন কৰিলেই আপুনি বিচাৰি পাব ঘাঁহ খাই থকা হৰিণাটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.