অভিনয়অৰ্থনৈতিকজীৱনশৈলীজ্যোতিৰ্বিজ্ঞানফটোবলিউডভাৰত

অমিতাভ বচ্চনৰ ঘৰত এটা ষাঁড় গৰুৱে আনে খ্যাতি আৰু যশস্যা!

'জলসা'ত আছে এখন ষাঁড় গৰুৰ ছবি। কিন্তু এইখন কোনো মামুলি ষাঁড়ৰ ছবি নহয়। ইয়াৰ মু্ল্য শুনিলে আপোনাৰ চকু কপালত উঠিব

বলীউডৰ বিখ্যাত অভিনেতা অমিতাভ বচ্চনৰ যশস্যা সকলো ফালে খ্যাত। বলীউডৰ ধনী তাৰকাৰ ভিতৰত তেওঁৰ নাম গণ্য কৰা হয়।

বিগ বিৰ নামেৰে খ্যাত অমিতাভ বচ্চনৰ মুম্বাইৰ জুহুত আছে বিলাসী বাসগৃহ। বাসগৃহটোৰ নাম ‘জলসা’। অমিতাভৰ ‘জলসা’ বহুতো মূল্যৱান সামগ্ৰীৰে সজোৱা। ইয়াৰ ভিতৰত অলপতে বিগ বিয়ে অনুৰাগীসকলক এপদ সামগ্ৰীৰে পৰিচয় কৰাই দিয়ে।
‘জলসা’ত আছে এখন ষাঁড় গৰুৰ ছবি। কিন্তু এইখন কোনো মামুলি ষাঁড়ৰ ছবি নহয়। ইয়াৰ মু্ল্য শুনিলে আপোনাৰ চকু কপালত উঠিব।

বিশেষজ্ঞৰ মতে, ছবিখনত থকা ষাঁড় গৰুটো শক্তি, গতি আৰু আশাৰ প্ৰতীক। বিশ্বাস কৰা হয় যে, এই ছবিখন ঘৰত বা কৰ্মক্ষেত্ৰত ৰাখিলে অৰ্থনৈতিক বিকাশৰ জোৱাৰ আহে। কিন্তু এই ৪ কোটি টকাৰ ছবিখনৰ মূল্যৰে ভাগ্য মুকলি কৰাৰ কথাটো সাধাৰণ লোকৰ বাবে অকল্পনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.