জীৱনশৈলীফটোমনোৰঞ্জন

Bigg Boss OTTৰ বিজয়ী হ’ল অভিনেত্ৰী দিব্যা আগৰৱাল, প্ৰেমিকৰ সৈতে কিদৰে উদযাপন কৰিলে সফলতা?

ছলমান খানৰ জনপ্ৰিয় শ্ব' Bigg Boss Season 15ৰ বিজয়ী হ'ল অভিনেত্ৰী দিব্যা আগৰৱাল

ৰুবিনা ডিলাইকৰ পাছত এইবাৰ দিব্যা আগৰৱালে আজুৰিলে Bigg Boss OTTৰ বিজয়ীৰ খিতাপ। ছলমান খানৰ জনপ্ৰিয় শ্ব’ Bigg Boss Season 15ৰ বিজয়ী হ’ল অভিনেত্ৰী দিব্যা আগৰৱাল। শনিবাৰে হোৱা গ্ৰেণ্ড ফাইনেলত কৰণ জোহাৰে ঘোষণা কৰে বিজয়ীৰ খিতাপ দখল কৰা দিব্যাৰ নাম।

আনহাতে,গ্ৰেণ্ড ফািনেলত নিশান্ত ভাট আৰু সামিতা চেট্টী ক্ৰমে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ আৰু দ্বিতীয় ৰাণাৰ্ছ আপত থাকে।

Bigg Bossৰ বিজয়ী হোৱাৰ পিছত বন্ধুবৰ্গ আৰু প্ৰেমিক বৰুণ সুদৰ সৈতে সফলতা উদযাপন কৰে অভিনেত্ৰী দিব্যা আগৰৱালে।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’ত দিব্যা আগৰৱালে কেক কটাৰ সময়ত উপস্থিত থাকে ৰণবিজয় সিনঘাৰ লগতে আন বহুতো। অনুৰাগীসকলেও শ্বেয়াৰ কৰে এই ভিডিঅ’। সকলোৱে এতিয়া বিভিন্ন মাধ্যমেৰে শুভকামনা জনাইছে অভিনেত্ৰীগৰাকীক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.