উৎসৱজীৱনশৈলীদৈনিক বাতৰিফটোফেশ্বনবলিউডবিশ্ববোলছবিভাৰতমনোৰঞ্জন

কানৰ ৰেড কাৰ্পেটত পুষ্প সজ্জিত পোছাকত মোহময়ী ঐশ্বৰ্য

৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত এইদৰে দেখা গ’ল অভিনেত্ৰীগৰাকীক

কানৰ ৰেড কাৰ্পেটত পুষ্প সজ্জিত পোছাকত মোহময়ী ঐশ্বৰ্য

৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত এইদৰে দেখা গ’ল অভিনেত্ৰীগৰাকীক

ক’লা ৰঙৰ এটা ড্ৰিমী ফ্লোৰেল গাউনত অনুৰাগীৰ কলিজাত জুই লগালে ঐশ্বৰ্য
ৰায়ে

ফ্লোৰেল গাউনৰ লগত স্ম’কী আই আৰু গুলপীয়া লিপষ্টিকৰ লুকত দেখা গ’ল অভিনেত্ৰীগৰাকীক
বিভিন্ন ভংগীমাত ফটোৰ বাবে দিলে প’জ

এযোৰ ষ্টেটমেণ্ট কাণফুলি আৰু আঙুঠিও পিন্ধিছে অভিনেত্ৰী গৰাকীয়ে

এই ড্ৰেছটোত যথেষ্ট আকৰ্ষণীয় লাগিছে ঐশ্বৰ্যক

1994 চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল ঐশ্বৰ্যই কেইবাবছৰো ধৰি একেলেথাৰিয়ে ঐশ্বৰ্যই কান মহোৎসৱত অংশ লৈ আহিছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.