AssamCity newsCMO Assamnationalঅসমগুৱাহাটীদৈনিক বাতৰিফটোবিশ্বভাৰতমনোৰঞ্জন

‘পেৰিছ অলিম্পিক গেমছ-২৪’ৰ বাতৰি পৰিৱেশনৰ স্বীকৃতি লাভ অসম সন্তান গীতিকা তালুকদাৰৰ…….

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অসম সন্তানৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলালে অসমৰ নাম

এগৰাকী জ্যেষ্ঠ ক্ৰীড়া তথা ফটো সাংবাদিকৰ কৃতিত্ব

প্ৰতিভাৰে জিলিকিল অসম সন্তান গীতিকা তালুকদাৰ

‘পেৰিছ অলিম্পিক গেমছ-২৪’ৰ বাতৰি পৰিৱেশনৰ স্বীকৃতি লাভ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পৰা প্ৰত্যক্ষ স্বীকৃতি

ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ হিচাপে স্বীকৃতি

২৩ জুলাইত পেৰিছ অভিমুখে ৰাওনা হ’ব গীতিকা তালুকদাৰ

গীতিকা তালুকদাৰলৈ অভিনন্দন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.