অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

প্ৰধানমন্ত্ৰী মোদীৰ পুনৰ বিদেশ ভ্ৰমণ, ৪দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকা, গ্ৰীচলৈ ৰাওনা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ বিদেশ ভ্ৰমণ

৪দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকা, গ্ৰীচলৈ ৰাওনা প্ৰধানমন্ত্ৰীৰ

জোহান্সবাৰ্গত ১৫সংখ্যক BRICS সন্মিলনত অংশ ল’ব মোদীয়ে

আজিৰে পৰা ২৪ আগষ্টলৈ অনুষ্ঠিত হ’ব এই সন্মিলন

একাধিক নেতাৰ সৈতে মিলিত হ’ব দ্বিপাক্ষিক বৈঠকত

দঃ আফ্ৰিকাৰ উপৰিও উপস্থিত থাকিব ব্ৰাজিল, ৰাছিয়া, চীনৰ প্ৰতিনিধি

প্ৰধানমন্ত্ৰীক আদৰিবলৈ দঃ আফ্ৰিকাত মোদীৰ বিশাল পোষ্টাৰ

একাধিক স্থানত দেখা গৈছে বিশাল বিশাল হৰ্ডিং

প্ৰধানমন্ত্ৰী হিচাপে ৩য় বাৰলৈ দঃ আফ্ৰিকা ভ্ৰমণ মোদীৰ

আফ্ৰিকাৰ পাছত গ্ৰীচৰ এথেন্সলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী

গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণমৰ্মে দেশখনলৈ যাব PM মোদী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.