leatest updateঅসমগুৱাহাটীভাৰত

৫ আগষ্টৰ পৰা কোকৰাঝাৰৰ চাই কমপ্লেক্স ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ মেচ।

প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে তৎপৰ BTR প্ৰশাসন।

৫ আগষ্টৰ পৰা কোকৰাঝাৰৰ চাই কমপ্লেক্স ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ মেচ। প্ৰথম দিনাৰ অনুষ্ঠানত অংশ ল’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

৫ আগষ্টৰ পৰা অনুষ্ঠিত হ’‍বলগীয়া ডুৰাণ্ড কাপৰ বাবে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যাপক অনুশীলন চলিছে কোকৰাঝাৰত। এই প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে BTR প্ৰশাসন।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.