leatest updateদৈনিক বাতৰিভাৰত

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ৩ মাহ সম্পূৰ্ণ। বৰ্তমানেও অব্যাহত কুকি আৰু মেইটেইৰ মাজত সংঘৰ্ষ।

নিৰাপত্তা বাহিনীলৈ শিলাবৰ্ষণ মেইটেই মহিলাৰ

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ৩ মাহ সম্পূৰ্ণ

কুকি আৰু মেইটেইৰ মাজত অব্যাহত সংঘৰ্ষ

বৃহস্পতিবাৰেও বিষ্ণুপুৰ জিলাত সংঘটিত হিংসা

নিৰাপত্তা বাহিনীলৈ শিলাবৰ্ষণ মেইটেই মহিলাৰ

আৰক্ষীৰ শূন্যলৈ গুলী, কন্দুৱা গেছ নিক্ষেপ

নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত ২০

ইম্ফল, পশ্চিম ইম্ফলত পুনৰ সান্ধ্য আইন জাৰি

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত এতিয়ালৈ নিহত ১৬০

এতিয়াও বহু সংখ্যক শৱদেহ চূড়াচান্দপুৰ, ইম্ফলৰ হাস্পতালৰ মৰ্গত। বৃহস্পতিবাৰে চূড়াচান্দপুৰত ৩৫ শৱদেহৰ সামূহিক কৱৰৰ পৰিকল্পনা আছিল কুকিৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপত সামূহিক কৱৰ প্ৰক্ৰিয়া স্থগিত ৰাখে কুকি জনগোষ্ঠীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিষ্ণুপুৰ সীমান্তত অতিৰিক্ত সেনা বাহিনী মোতায়েন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.