অসমদৈনিক বাতৰি

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলৰ দপদপনি….

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলৰ দপদপনি....

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলৰ দপদপনি। দুই লাটমণ্ডল ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। প্ৰৱঞ্চনাৰে ৰাইজৰ পৰা ধন আত্মসাতৰ অভিযোগ। আব্দুল ছাজিদ খান, কাজু খানৰ বিৰুদ্ধে অভিযোগ।লাটমণ্ডলৰ সম্পত্তিৰ তদন্তৰ দাবী ভুক্তভোগীৰ।

উল্লেখ্য যে কাৰ্যালয়টোত কৰ্মৰত দুই ভাতৃ লাট মণ্ডল ক্ৰমে আব্দুল ছাজিদ খান আৰু কাজু খানৰ লগতে লাট মঙ্গল নলিনী ৰঞ্জন নাথ আৰু ছানোৱাৰ হুছেইনৰ  বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। একেটা কাৰ্যলয়ত দীৰ্ঘদিন চাকৰি কৰাৰ সুবিধা লৈ দুই ভাতৃয়ে ইটা ভাটাৰ মালিক পক্ষৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ।ৰাইজৰ। লাট মণ্ডল আব্দুল ছাজিদ খান আৰু নলিনী ৰঞ্জন নাথে পূৰ্বেও মাটিৰ দালালিৰ গোচৰত ৰঙা ঘৰৰ আলহী হ’বলগীয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.