অসমগুৱাহাটীদৈনিক বাতৰি

বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু নাই…..

বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু নাই.....

বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান। GMCHত পুৱা ৮.২৫ বজাত শেষ নিশ্বাস ত্যাগ সুকণ্ঠি গায়িকাগৰাকীৰ। ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীৰ। নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা। প্ৰয়াত শিল্পী দিলীপ শৰ্মাৰ পত্নী আছিল সুদক্ষিণা শৰ্মা।  শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।

১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰিছিল সুদক্ষিণা শৰ্মাই। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। পিতৃৰ নাম নীলকান্ত হাজৰিকা, মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ২০০২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে শিল্পীগৰাকীয়ে। ২০০৮ চনত লিঅ’ এক্সপ’ সন্মান লাভ সুদক্ষিণা শৰ্মাৰ। ২০১০ চনত ‘চাতক’ সন্মান লাভ শিল্পীগৰাকীৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.