দুৰ্ঘটনাদৈনিক বাতৰিবিশ্বৰাজনৈতিক

পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ! চীনা অভিযন্তাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ….

পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ! চীনা অভিযন্তাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১৩জন। আক্ৰমণত নিহত ৫জন চীনা নাগৰিক, নিহত ৮জন পাকিস্তানী সেনাও। বেলুচিস্তানলৈ গৈ থকাৰ অৱস্থাত অভিযন্তাৰ দলটোক বেলুচ আৰ্মী লিবাৰেচনে আক্ৰমণৰ দায়িত্ব। বেলুচিস্তান আৰু সিন্ধুত থকা চীনা নাগৰিকক সতৰ্কবাণী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − seven =

Check Also
Close
Back to top button