অসমআঞ্চলিকদৈনিক বাতৰি

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ। বানৰ সমান্তৰালকৈ এনকেফেলাইটিছৰ আতংক। এনকেফেলাইটিছত চলিত বৰ্ষত মৃত্যু তিনিজন লোকৰ।বৰ্তমানলৈ মুঠ ৩০জনৰ দেহত ধৰা পৰিছে এনকেফেলাইটিছ।

উল্লেখ্য যে বাৰিষা বানপানীৰ সময়ছোৱাত বিশেষকৈ জুন-জুলাই মাহত সৰ্বাধিক বৃদ্ধি পায় এনকেফ্লাইটিছসদৃশ  আৰু জাপানিজ এনকেফ্লাইটিছৰ ৰোগৰ প্ৰাদুৰ্ভাৱ৷ ধেমাজিত এইবছৰ মৃত্যুদূতৰূপী এনকেফ্লাইটিছ জিলাখনত প্ৰাণ ললে তিনিজনৰ৷ ইয়াৰে এজন জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ আন দুজন এনকেফ্লাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ জিলাখনৰ পাঁচটা স্বাস্থ্যখণ্ডৰ ৯৮টা স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো স্বাস্থ্যকৰ্মী, আশাকৰ্মীক সজাগতা আনিবৰ বাবে স্বাস্থ্য বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.