অপৰাধঅসমদৈনিক বাতৰি

কিয় নৃশংসভাৱে হত্য়া কৰা হ’ল দিম্পল কুমাৱত

ৰাজ্যত পুনৰ এগৰাকী কিশোৰীক হত্যা

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজ্যত পুনৰ এগৰাকী কিশোৰীক হত্যা৷

মহানগৰীৰ খাৰঘূলিত এগৰাকী ১৪ বছৰীয়া কিশোৰীক অতি নৃশংসভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই। মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটি দি হত্যা কিশোৰী গৰাকীক।

দিনদুপৰতে হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ নাম দিম্পল কুমাৱত। পিতৃৰ নাম অশোক কুমাপতি। ১০ বজাৰ পিছত পিতৃ মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই হত্যাকাণ্ড সংঘটিত হয়।  এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল কিশোৰীগৰাকী।

কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিছে এয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত সবিশেষ কিছু সময়ৰ পাছত জানিব পৰী যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.