অপৰাধঅসমঅসম আৰক্ষী

মৃদুপৱন নেওগক আশ্ৰয় দিয়াৰ সন্দেহত নগাঁও আৰক্ষীয়ে আটক কৰে দুই যুৱকক

নগাঁও সদৰ আৰক্ষী থানাত বৰ্তমান দুই যুৱকক জেৰা চলাইছে আৰক্ষীয়ে

মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষীয়ে শিৱসাগৰৰ আমগুৰিত অভিযান চলাই মৃদুপৱন নেওগক বিচাৰি।

মৃদুপৱনক আশ্ৰয় দিয়াৰ সন্দেহত নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক। নগাঁও সদৰ আৰক্ষী থানাত বৰ্তমান দুই যুৱকক জেৰা চলাইছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.