AssamCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত
যোৰাবাটত নিয়ন্ত্ৰণ হেৰুৱাই দুশ ফুট তললৈ পৰিল মৃতদেহ কঢ়িওৱা বাহন….
![যোৰাবাটত নিয়ন্ত্ৰণ হেৰুৱাই দুশ ফুট তললৈ পৰিল মৃতদেহ কঢ়িওৱা বাহন.... যোৰাবাটত নিয়ন্ত্ৰণ হেৰুৱাই দুশ ফুট তললৈ পৰিল মৃতদেহ কঢ়িওৱা বাহন....](https://prathamkhabartv.com/wp-content/uploads/2023/12/jorabat-thumb-780x470.jpg)
যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত মৃতদেহ কঢ়িওৱা বাহন
নিয়ন্ত্ৰণ হেৰুৱাই দুশ ফুট তললৈ পৰিল টাটা ডি আই বাহন
বাহনখনত আছিল ৬গৰাকীকৈ লোক
সোণাপুৰৰ পৰা GMCH অভিমুখী আছিল বাহনখন
দুৰ্ঘটনাত পতিত সকলোকে উদ্ধাৰ যান-বাহন আৰক্ষীৰ