Covid-19অসমস্বাস্থ্য

শনিবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৬৪০গৰাকী

ৰাজ্যত আক্রান্তৰ হাৰ ২.০৬ শতাংশ

শনিবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৬৪০গৰাকী। শনিবাৰৰ দিনটোত ৰাজ্যত আক্রান্তৰ হাৰ ২.০৬ শতাংশ। কামৰূপ(ম)ত ক’ভিডত আক্রান্ত হৈছে ১৭২গৰাকী। ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ৩৩ গৰাকী ক’ভিড আক্ৰান্তৰ।

গোলাঘাট জিলাত ক’ভিডত আক্ৰান্ত হৈছে সৰ্বাধিক লোক। গোলাঘাট জিলাত আক্ৰান্তৰ সংখ্যা হৈছে ২৬৬গৰাকী।

উল্লেখযোগ্য যে, শনিবাৰে আৰোগ্যৰ হাৰ হৈছে ৯৩.৩৩শতাংশ। ৰাজ্যত সুস্থ হৈ উঠিছে ৩,৪৯৯ গৰাকী। বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৰোগীৰ সংখ্যা ২৭,৫৬৫ গৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.