Assamweatherঅসম

শীঘ্ৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

শীঘ্ৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলতো বৃষ্টিপাতৰ সম্ভাৱনা

YELLOW এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

সৰ্বসাধাৰণ জনতাক সতৰ্ক হোৱাৰ আহ্বান

স্পৰ্শকাতৰ এলেকাৰ পৰা আঁতৰি থকাৰ আহ্বান

ভূমিস্খলনপ্ৰৱণ এলেকা এৰাই চলাৰ সতৰ্কবাণী

ৰাজ্যৰ অন্যান্য প্ৰান্ততো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

২৪ ঘণ্টাৰ ভিতৰত ধাৰাষাৰ বৰষুণ হ’ব ৰাজ্যৰ অন্যান্য প্ৰান্ততো

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.