AssamCity newsCMO AssamHimanta Biswa Sarmaঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল বিজেপিৰ ৰামেশ্বৰ তেলী, মিছন ৰঞ্জন দাসৰ…..দিছপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে দুয়োগৰাকী প্ৰাৰ্থীয়ে….

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল বিজেপিৰ ২ প্ৰাৰ্থীৰ

মনোনয়ন দাখিল কৰিলে মিছন ৰঞ্জন দাসে

মনোনয়ন দাখিল কৰিলে ৰামেশ্বৰ তেলীয়ে

দিছপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে দুয়োগৰাকী প্ৰাৰ্থীয়ে

প্ৰাৰ্থী দুগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মনোনয়ন দাখিলত পৰ্বত বিজেপিৰ বহু মন্ত্ৰী-বিধায়ক

অসমত দুই আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.