অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ শীৰ্ষক কাৰ্যসূচী

বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা। 

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়।

বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা।

এই কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধাৰ।

উল্লেখযােগ্য যে সুনীল দেওধাৰ প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত।

বৈঠকত উপস্থিত থাকে উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিষয়ববীয়া।

বৈঠকত উত্তৰ পূবৰ ৰাজ্য কেইখনত আগন্তুক দিনত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰা হয়।

আনহাতে, আগন্তুক দিনবোৰত উত্তৰ পূব বিজেপিয়ে ল’বলগীয়া কাৰ্যপন্থাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ বিষয়ত আলোচনা কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − one =

Back to top button