অসমউৎসৱজীৱনশৈলীমনোৰঞ্জন

এখন ব্যতিক্ৰমী পূজা! প্রায় ৮০ফুট উচ্চতাৰ অসমীয়াৰ গৌৰৱেৰে নির্মাণ হ’ল পূজা মণ্ডপখন

জাপিৰ আৰ্হিত প্রস্তুত কৰা এই পূজা মণ্ডপ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্ত দৃষ্টিৰ আকৰ্ষণ কৰাৰ বাবে পূজা সমিতি সমূহে আটক ধুনীয়াকৈ সজাই পজাই তুলিছে পূজা মণ্ডপসমূহ।

বৰপেটা ৰোডতো দেখিবলৈ পোৱ গ’ল এখন ব্যতিক্ৰমী পূজা মণ্ডপ। বৰপেটাৰ মুৰী বজাৰত নেতাজী সংঘই প্রায় ৮০ফুট উচ্চতাৰ বৃহৎ আকাৰৰ অসমীয়াৰ গৌৰৱ জাপিৰ আর্হিত নির্মাণ কৰিছে পূজা মণ্ডপ। বাঁহ-খেৰ-বেতেৰে বিশাল বাজেটেৰে নির্মাণ কৰি উলিয়াইছে এই পূজা মণ্ডপ।

জাপিৰ আৰ্হিত প্রস্তুত কৰা এই পূজা মণ্ডপে এতিয়া সকলোৰে দৃষ্টি আর্কর্ষণ কৰিছে।

উল্লেখ্য যে, প্রতিবছৰে বৰপেটাৰোডত নেতাজী সংঘই পৃথকৈ তৈয়াৰ কৰে পূজাৰ মণ্ডপ।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.