Assamleatest update

ৰাজ্যত উপলব্ধ ৪৩ বিধ পাণমছলাত মাৰাত্মক কেমিকেল কাৰ্বনেট।

ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ। ৰাজ্যৰ স্বাস্থ্য বিভাগলৈও জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে এই ৰাসায়নিক পদাৰ্থই কেন্সাৰ আৰু হৃদৰোগৰ সৃষ্টি কৰে। লক্ষণীয়ভাৱে ৰাজ্যত অব্যাহত আছে এইসমূহ পাণমছলাৰ উৎপাদন, মজুতকৰণ আৰু বিক্ৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.