অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

সুৰাপানত বাধা দিয়াই কাল হ’ল ৪ যুৱকৰ, সুৰাৰ নিচাত জলাই দিলে ধাৱা

সুৰাপানত বাধা দিয়াই হ’ল কাল

মাজনিশা ৪ যুৱকে জলাই দিলে ধাৱা

মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ ঘটনা

সুৰাপানত বাধা দিছিল ধাবাখনৰ স্বত্বাধিকাৰীয়ে

খৰ্গহস্ত হৈ ধাবাখনৰ পৰা ওলাই গৈছিল ৪ যুৱক

নিশা ধাবা বন্ধ কৰি ওলাই গৈছিল ধাবাৰ কৰ্মচাৰী

মাজনিশা ধাবাখন জ্বলাই দিলে যুৱকৰ দলটোৱে

অভিযোগ অভিলাষ চৌধুৰী, কুলদ্বীপ শৰ্মা

জ্যোৰ্তিময় কাশ্যপ, প্ৰজ্ঞান কাশ্যপৰ বিৰুদ্ধে

চন্দ্ৰপুৰৰ হলং ধাবাত সংঘটিত এই ঘটনা

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.