AssamElectionleatest updateRegional

সমাগত পঞ্চায়ত নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া তুংগত উঠিছে প্ৰস্তুতি।

২ আৰু ৭ মে’ত অনুষ্ঠিত হ'ব নিৰ্বাচন।

সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া তুংগত উঠিছে প্ৰস্তুতি। ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।

Assam Election - EastMojo

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। পঞ্চায়তে পঞ্চায়তে ব্যাপক প্ৰস্তুতি। তুংগত উঠিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ।

West Bengal panchayat elections: Repolling in 568 booths underway

জনপ্ৰতিনিধিৰ কাম-কাজৰ হিচাপ বিচাৰিছে ৰাইজে। কোনোবা পঞ্চায়তত যদি ভোট বৰ্জনৰ সিদ্ধান্ত।

কোনোবা পঞ্চায়তত ভোট দানৰ সিদ্ধান্ত। ক’ৰবাত সামগ্ৰিক উন্নয়ন বিচাৰি তীব্ৰ প্ৰতিবাদ। ক’ৰবাত জনপ্ৰিতিনিধিৰ কামক লৈ সুখী ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.