AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক মুক্তাৰ আনছাৰীৰ মৃত্যু, কাৰাগাৰত বন্দীত্বৰ অৱস্থাতে মৃত্যু আনছাৰীৰ……

উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক মুক্তাৰ আনছাৰীৰ মৃত্যু

কাৰাগাৰত বন্দীত্বৰ অৱস্থাতে মৃত্যু আনছাৰীৰ

বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আনছাৰীৰ

২০০৫ চনৰ পৰা কাৰাবন্দী হৈ আছিল মুক্তাৰ আনছাৰী

কাৰাগাৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ ভৰ্তি কৰায় দুৰ্গাৱতী হাস্পতালত

হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে মুক্তাৰ আনছাৰীক

আনছাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত উত্তৰ প্ৰদেশ

পৰিস্থিতি অধিক অৱনতিৰ আশংকাত মোতায়েন আৰক্ষী

পৰিকল্পিত হত্যাৰ অভিযোগ আনছাৰীৰ পুত্ৰৰ

আনছাৰীৰৰ মৃত্যুক ন্যায়ধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

৬৫টা গোচৰ ৰুজু হৈ আছিল মুক্তাৰ আনছাৰীৰ বিৰুদ্ধে

UPৰ মৌ বিধানসভাৰ পৰা ৫ বাৰৰ বিধায়ক আছিল আনছাৰী

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.