অপৰাধবলিউডভাৰতস্বাস্থ্য

আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে হানী সিঙক

গার্হস্থ্য হিংসা গোচৰত আদালতত হাজিৰ হ’বলৈ দিয়া হৈছে হানী সিঙক

আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে গায়ক হানী সিঙক।

গার্হস্থ্য হিংসা গোচৰত গায়ক হানী সিঙক হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে আদালতত৷

হানী সিঙৰ পত্নী চালিনী তলৱাৰে দাখিল কৰা এক গার্হস্থ্য হিংসাৰ গোচৰত আজি দিল্লী আদালতত হানী সিং হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও স্বাস্থ্য অৱনতী হোৱা বুলি  উপস্থিত নাথাকিল হানী সিং৷

সেই বাবে দিল্লী মেট্র’পলিটান দণ্ডাধীশ তানিয়া সিঙে কোনো আইনৰ ঊর্ধ্বত নহয় বুলি পৰৱর্তী শুনানিত সোঁ-শৰীৰে আদালতত উপস্থিত থাকিবলৈ নির্দেশ দিছে হানী সিঙক৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button