Assamleatest updatenorth east

মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাত খালিস্তানী সন্ত্ৰাসবাদীৰ হাত!

কানাডাত খালিস্তানী সন্ত্ৰাসবাদীৰে মিলিত কুকি নেতা

মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাত খালিস্তানী সন্ত্ৰাসবাদীৰ হাত!
খালিস্তানী সন্ত্ৰাসবাদীয়ে সহযোগ কৰিছে মণিপুৰৰ হিংসাত্মক ঘটনাত
NIAৰ হাতত পৰিছে খালিস্তানীৰে যোগসূত্ৰৰ তথ্য
কানাডাত খালিস্তানী সন্ত্ৰাসবাদীৰে মিলিত কুকি নেতা
গুৰপটৱণ্ট সিং পন্নুৰ সৈতে বৈঠক মণিপুৰৰ কুকি বিদ্ৰোহী নেতাৰ
কানাডাস্থিত এটা গুৰুদ্বাৰাত ৩ ঘণ্টা ধৰি বৈঠক কুকি নেতাৰ
পৃথকতাবাদী কুকি নেতা লীন গংগটেৰ বৈঠক খালিস্তানী নেতাৰে
উত্তৰ আমেৰিকা মণিপুৰ ট্ৰাইবেল এছ’চিয়েছনৰ মুৰব্বী লীন গংগটে
বৈঠকত ভাষণ দি থকা গংগটেৰ ভিডিঅ’ উদ্ধাৰ কৰিছে NIA
মণিপুৰৰ সংঘৰ্ষত খালিস্তানী নেটৱৰ্কে যোগান ধৰিছে ধন
কানাডাত ৰাজনৈতিক আশ্ৰয়ৰ দাবী কুকি বিদ্ৰোহী নেতাৰ
কুকি নেতাৰ আহ্বানক সমৰ্থন খালিস্তানী নেতাৰ
NIA–ইতিমধ্যে চূড়াচাণ্ডপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজনক
চীন–কুকী–মিজো জনগোষ্ঠীয় এলেকাক লৈ পৃথক ৰাজ্য গঠনৰ ষড়যন্ত্ৰ
পৃথক ৰাজ্য গঠনৰ লক্ষ্যৰে মণিপুৰত হিংসাৰ ষড়যন্ত্ৰ
চূড়াচাণ্ডপুৰত গ্ৰেপ্তাৰ হোৱা কুকি বিদ্ৰোহীৰ জেৰাত উন্মোচন এই ভয়ংকৰ তথ্য

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.