অসমআঞ্চলিকদৈনিক বাতৰি

নগৰবেৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ, সমবায় এজেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ বঞ্চিত হিতাধিকাৰীৰ

নগৰবেৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

নগৰবেৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

সমবায় এজেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ বঞ্চিত হিতাধিকাৰীৰ

সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰীৰ অভিযোগ

এজেণ্ট আমজাদ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

৩ মাহ ধৰি চাউল লাভ কৰা নাই হিতাধিকাৰীয়ে

বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী

খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈ নগৰবেৰা সমবায় সমিতিৰ অন্তৰ্গত মন্দিৰা এন, চি গাঁৱৰ প্ৰায় পাঁচ শতাধিক দৰিদ্ৰ হিতাধিকাৰী। সমবায় সমিতি খনৰ সূলভ মুল্যৰ দোকানী আমজাদ হুছেইনে যোৱা মে, জুন আৰু জুলাই মাহৰ বিনামূলীয়া চাউল হিতাধিকাৰীৰ মাজত বিতৰণ নকৰি কলা বজাৰত বিক্ৰী কৰাৰ এক তথ্য পোহৰলৈ অহাত প্ৰাপ্য হিতাধিকাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.