Assamঅসমদৈনিক বাতৰি

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

পুৱা ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

আধাৰ কাৰ্ড, চৰকাৰী বিদ্যালয় বন্ধৰ বিৰোধিতাৰে প্ৰতিবাদ

বিনামূলীয়া পাঠ্যপুথি যোগানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ

সমান্তৰালকৈ বসুন্ধৰা ২ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আমছুৰ । ধৰ্মঘটস্থলীত মন্ত্ৰী ৰনোজ পেগু মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে বিজনী মহকুমা কাৰ্যালয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button