অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগৰাজনৈতিক

বাৰিষাৰ পূৰ্বে শংকিত নৈপৰীয়া ৰাইজ। ঠিকাদাৰ, জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ।

ধমধমাৰ নিকটবৰ্তী বাক্সা জিলাৰ জাৰতালুকত আজিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল পাগলাদিয়া নৈৰ মথাউৰি ৷ ১৪ কোটি টকা ব্যায়েৰে নিৰ্মাণ কৰি থকা মথাউৰিটোৰ কাম সম্পূৰ্ণ হৈ নুঠাত অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

বাৰিষাৰ পূৰ্বে শংকিত নৈপৰীয়া ৰাইজ

শংকিত বাক্সা, নলবাৰীৰ বহুকেইখন গাঁৱৰ ৰাইজ

আজিলৈ সম্পূৰ্ণ হৈ নুঠিল পাগলিদিয়া নৈৰ মথাউৰি

মথাউৰি নিৰ্মাণৰ নামত গাফিলতিৰ অভিযোগ

ঠিকাদাৰ, জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ

বাৰিষাৰ আগমনৰ লগে লগে শংকিত নৈপৰীয়া ৰাইজc বানক লৈ শংকিত বাক্সা আৰু নলবাৰী জিলাৰ বহুকেইখন গাঁৱৰ ৰাইজ ৷ ধমধমাৰ নিকটবৰ্তী বাক্সা জিলাৰ জাৰতালুকত আজিও নিৰ্মাণ সম্পূৰ্ণ নহ’ল পাগলাদিয়া নৈৰ মথাউৰি ৷ ১৪ কোটি টকা ব্যায়েৰে নিৰ্মাণ কৰি থকা মথাউৰিটোৰ কাম সম্পূৰ্ণ হৈ নুঠাত অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ আজিলৈকে মথাউৰিটোৰ কাম সম্পূৰ্ণ নোহোৱাত ঠিকাদাৰৰ আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁওকেইখনৰ ৰাইজ ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.