অসমদৈনিক বাতৰিবিশ্বশিক্ষা

অসমীয়া ভাষাৰ ঐতিহাসিক ক্ষণ, হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব অভিলেখ

অসমীয়া ভাষাৰ ঐতিহাসিক ক্ষণ, হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব অভিলেখ

অসমীয়া ভাষাৰ ঐতিহাসিক ক্ষণ

হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব অভিলেখ

গীনিজ অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ অৰ্জন হেমকোষৰ

আজি আনুষ্ঠানিকভাৱে প্ৰদান স্বীকৃতি পত্ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰদান কৰা হয় এই স্বীকৃতি

অসমীয়া জাতিৰ অস্তিত্বলৈ সংকট নামি অহাৰ সময়ত, হেমচন্দ্ৰ বৰুৱাই অসমীয়া জাতি, ভাষাক যি স্থায়ীত্ব প্ৰদান কৰিলে সি অসমীয়া জাতিক চিৰযুগমীয়া কৰি ৰাখিব। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ১২৭ সংখ্যক তিৰোভাৱ তিথিৰ দিনটোতেই এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পাই সমগ্ৰ অসমবাসী গৌৰান্বাৱিত হৈ পৰিছে। এই হেমকোষ অসমৰ সৰ্বশ্ৰেষ্ঠ, জনপ্ৰিয়তা তথা সৰ্বাধিক প্ৰচলিত অসমীয়া, ইংৰাজী অভিধান। ১৯০০ চনত প্ৰকাশিত হেমকোষৰ চতুৰ্দশ সংস্কৰণটিৰ ভিত্তিত ১২৩ বছৰৰ পিছত সংযোজিত হ’ল নেত্ৰহীনৰ অতিকৈ প্ৰয়োজনীয় আৰু বিশ্বৰ ভিতৰতে বিৰল অভিধানৰূপে চিহ্নিত ব্ৰেইল সংস্কৰণ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত আজি আনুষ্ঠানিকভাৱে হেমকোষক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পত্ৰ প্ৰদান কৰিলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.