অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিসংস্কৃতি

সামৰণি পৰিল মাজুলী শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ।

সামৰণি পৰিল মাজুলী শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান।

সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।

শোভাযাত্ৰাত গায়ন বায়ন, বিহু, মিচিং গোমৰাগ নৃত্য, নেপালী, দেউৰীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন।

সাংস্কৃতিক শুভাযাত্ৰাত অংশ গ্ৰহণ শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চল বাসীৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.