Covid-19অসম

New SOP: অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP

ভ্ৰমণকাৰীৰ বাবে বাধ্যতামূলক ৭ দিনৰ কোৱাৰেণ্টাইন

◼অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP
◼স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰিলে SOP
◼ভ্ৰমণকাৰীৰ বাবে বাধ্যতামূলক ৭ দিনৰ কোৱাৰেণ্টাইন
◼নিগেটিভ ওলালেও আন্তঃৰাষ্ট্রীয় ভ্ৰমণকাৰীক কৰা হ’ব কোৱাৰেণ্টাইন
◼অসম অভিমুখী বিমান যাত্রীয়ে দিব লাগিব স্ব-ঘোষণা পত্র
◼১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্ত প’ৰ্টেলত দিব লাগিব
◼ভ্ৰমণৰ পূৰ্বে ৭২ ঘণ্টাৰ ভিতৰত কৰা RT-PCR ফলাফল বাধ্যতামূলক
◼৫ বছৰীয়া শিশুৰ ক্ষেত্ৰত দিয়া হ’ব ৰেহাই
◼অ’মিক্রণৰ সংক্রমণ হোৱা দেশৰ পৰা অহা যাত্রীৰ ক্ষেত্রত অধিক কঠোৰতা
◼বিমান বন্দৰত মানিব লাগিব ন্যূনতম শাৰীৰিক দূৰত্ব
◼অৱতৰণৰ পিছত ক’ভিড পৰীক্ষণৰ বাবে দিব লাগিব নমুনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button