অসমদৈনিক বাতৰি

ৰহাৰ আঁহতগুৰিত গণপ্ৰহাৰত মৃত্যু এজনৰ, মৃত্যুক কেন্দ্ৰ কৰি ৰহাত উত্তপ্ত পৰিস্থিতি

ৰহাৰ আঁহতগুৰিত গণপ্ৰহাৰত মৃত্যু এজনৰ, মৃত্যুক কেন্দ্ৰ কৰি ৰহাত উত্তপ্ত পৰিস্থিতি

ৰহাৰ আঁহতগুৰিত গণপ্ৰহাৰত মৃত্যু এজনৰ

মৃত্যুক কেন্দ্ৰ কৰি ৰহাত উত্তপ্ত পৰিস্থিতি

গৰু চোৰৰ সন্দেহত প্ৰহাৰ কৰিছিল ৩জনক

গণপ্ৰহাৰত মৃত্যু ছাদ্দাম আলী নামৰ এজনৰ

ছাদ্দামৰ মৃত্যুৰ পিছতেই আঁহতগুৰিত তীব্ৰ উত্তেজনা

ঘটনা সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু আৰক্ষীৰ

ঘটনাস্থলীত উপস্থিত আইন-শৃংখলাৰ IGP প্ৰশান্ত ভূঞা

বৰ্তমান সময়লৈকে উক্ত ঘটনাৰ সৈতে জড়িত এজনো ব্যক্তিক আৰক্ষীয়ে আটক কৰা নাই যদিও তদন্ত ক্ৰমে সকলো দোষীকে আটক কৰাৰ লগতে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত IGP গৰাকীয়ে মন্তব্য আগবঢ়ায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.