অসমকর্ণাটকদৈনিক বাতৰি

কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আজি মুখ্যমন্ত্ৰীৰ নাম সিদ্ধান্ত হোৱাৰ সম্ভাৱনা

কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আজি মুখ্যমন্ত্ৰীৰ নাম সিদ্ধান্ত হোৱাৰ সম্ভাৱনা

কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

শিৱকুমাৰ নে চিদ্দাৰামায়া হ’ব মুখ্যমন্ত্ৰী?

বৰ্তমানেও কৰ্ণাটকত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চা

কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে কুচকাৱাজ কংগ্ৰেছৰ

দেওবাৰে নিশা বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম্পূৰ্ণ হৈ ৰ’ল বিধায়িনী দলৰ সিদ্ধান্ত

বৈঠকত উপস্থিত আছিল শিৱকুমাৰ আৰু চিদ্দাৰামায়া

১৩৫ বিধায়কো উপস্থিত আছিল বৈঠকত

আজি মুখ্যমন্ত্ৰীৰ নাম সিদ্ধান্ত হোৱাৰ সম্ভাৱনা

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে হোৱা আলোচনাৰ পিছতহে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ল’ব চূড়ান্ত সিদ্ধান্তশিৱকুমাৰ আৰু চিদ্দাৰামায়াৰ সমৰ্থকৰ পোষ্টাৰবাজি। বাংগালুৰুত দুই শীৰ্ষ নেতাৰ সমৰ্থকৰ লবী ৰাজনীতি। নিশা অনুষ্ঠিত বৈঠকৰ সময়ত বাংগালুৰুৰ হোটেলৰ বাহিৰতো দেখা গ’ল দুই নেতাৰ সমৰ্থকৰ শ্লোগান। উল্লেখ্য যে কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ আসন লাভ কৰি বৃহৎ জয়লাভ কৰিছে কংগ্ৰেছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + eighteen =

Back to top button