leatest updatenationalSocial

উত্তৰাখণ্ডৰ কেদাৰনাথত পাহাৰৰ শিল খহি থিতাতে মৃত্যু ৩ তীৰ্থযাত্ৰীৰ

অঞ্চলটোত SDRF আৰু NDRFৰ উদ্ধাৰ অভিযান

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত ভূমিস্খলন

পাহাৰৰ শিল খহি থিতাতে মৃত্যু ৩ তীৰ্থযাত্ৰীৰ

ঘটনাত গুৰুতৰভাৱে আহত ৮ জন

কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত এই ঘটনা

চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি এই অঘটন

ঘটনাৰ পিছতে পথছোৱাত হাহাকাৰ পৰিস্থিতি

দুয়োপাৰে আৱদ্ধ হৈ পৰে শ শ যাত্ৰী

অঞ্চলটোত SDRF আৰু NDRFৰ উদ্ধাৰ অভিযান

পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা

অঞ্চলটোত প্ৰৱল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.