আন্তঃৰাষ্ট্ৰীয়ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে ভাৰতীয় বিদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ সিদ্ধান্ত..

বৈদেশিক মন্ত্ৰালয়ে মুকলি কৰিছে ৩টা হেল্পলাইন নম্বৰ

◾ ভাৰতীয় বিদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ সিদ্ধান্ত
◾ ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে তৎপৰ চৰকাৰ
◾ ১০খন বাছৰ ব্যৱস্থা বৈদেশিক মন্ত্ৰালয়ৰ
◾ ইউক্ৰেইনৰ পৰা পোলেণ্ড সীমান্তলৈ বাছেৰে নিয়া হ’ব ভাৰতীক
◾ বৈদেশিক মন্ত্ৰালয়ে মুকলি কৰিছে ৩টা হেল্পলাইন নম্বৰ
◾ +48225400000, +48795850877, +48792712511

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

eleven − 4 =

Back to top button