অপৰাধঅসমঅসম আৰক্ষী

লতাশিল জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ

আৰক্ষীৰ জেৰাত স্বীকাৰ আন এজন ড্ৰাগছ মাফিয়াৰ নাম

◾মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ

◾হেদায়েৎ পুৰৰ এটা ভাড়া ঘৰৰ পৰা জব্দ ড্ৰাগ্ছ

◾লতাশিল আৰক্ষীয়ে জব্দ কৰে ড্ৰাগ্ছ খিনি

◾অভিযানত আটক ৬জনকৈ ড্ৰাগ্ছ পেডলাৰ

◾ইয়াৰে ৩জনক গ্ৰেপ্তাৰ কৰে লতাশিল আৰক্ষীয়ে

◾গ্ৰেপ্তাৰৰ হিম আলী, ৰহিলা বেগম, নিজামআলী

◾ৰহিমৰ বিৰুদ্ধে দীৰ্ঘদিনে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ

◾আৰক্ষীৰ জেৰাত স্বীকাৰ আন এজন ড্ৰাগছ মাফিয়াৰ নাম

◾কটাহবাৰীৰ চেম্পেয়ন বাবুৰ পৰা ড্ৰাগছ সংগ্ৰহৰ কথা স্বীকাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button