leatest updateঅসমদৈনিক বাতৰি

বন্ধ নহয় নামৰূপ সাৰ কাৰখানা।

আধুনিকীকৰণ কৰাহে হ’ব নামৰূপ সাৰ কাৰখানাৰৰ।

বন্ধ নহয় নামৰূপ সাৰ কাৰখানা। বৰঞ্চ নামৰূপ সাৰ কাৰখানাৰ আধুনিকীকৰণ কৰাহে হ’ব। এই ঘোষণা কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী মনছুখ মাণ্ডবিয়াৰ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। নামৰূপ সাৰ কাৰখানাৰ সৈতে এটা নেন’ ইউৰিয়া প্ৰকল্প সংলগ্ন কৰাৰ ঘোষণা কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰীগৰাকীৰ। এই সাৰ কাৰখানাটোৰ পৰা অসম, উত্তৰ পূব আৰু পশ্চিমবংগৰ কৃষক লাভান্বিত হোৱাৰ ব্যৱস্থা গ্ৰহণৰো ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডবিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.