leatest updateঅসমগুৱাহাটী

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষক সন্মিলন।

সন্মিলনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰৰ পৰা বঙাইগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষক সন্মিলন। এই সন্মিলনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে বঙাইগাঁৱত ব্যাপক প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে। এই সন্মিলনত ৰাজ্যৰ প্ৰতি জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে অংশগ্ৰহণ কৰিব অসম আৰক্ষীৰ সকলো শীৰ্ষ বিষয়াই। শেহতীয়া আইনশৃংখলাজনিত পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে বৈঠকত স্থান পাব অসম আৰক্ষীৰ আধুনিকীকৰণ প্ৰসংগও।

বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশ। কাৰো সৈতে চেলফী উঠিব নোৱাৰিব আৰক্ষীয়ে। কোনো নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৰিব আৰক্ষীয়ে। যিমান ভাগৰ লাগিলেও পুলিচৰ কেতিয়াও ভাগৰ লাগিব নোৱাৰে বুলিও নিৰ্দেশ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.