আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাপ্ৰাকৃতিক দুৰ্যোগ

প্ৰৱল বৃষ্টিপাতত বিধস্ত এখন চহৰ! বৰ্তমানলৈ নিহতৰ সংখ্য ৯৪জন

প্ৰৱল বৃষ্টিপাতৰ ফলত বুধবাৰে ব্ৰাজিলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱাইছে বহু লোকে। বৰ্তমানলে নিহতৰ সংখ্যা ৯৪জন

ব্ৰাজিলত ভয়ংকৰ ভূমিস্খলন।ভূমিস্খলনত নিহত লোকৰ সংখ্যা বৰ্তমান ৯৪জন বুলি জানিব পৰা গৈছে।

প্ৰৱল বৃষ্টিপাতৰ ফলত বুধবাৰে ব্ৰাজিলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱাইছে বহু লোকে। বৰ্তমানলে নিহতৰ সংখ্যা ৯৪জন।

ৰিঅ’ জি জেনিৰঅ’ৰ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত বিধ্বস্ত অঞ্চলটো। ৩০ দিন ধৰি অঞ্চলটোত চলি আছে প্ৰৱল বৃষ্টিপাত। বৰ্তমানেও আৱদ্ধ লোকৰ উদ্ধাৰৰ বাবে চলি আছে অভিযান।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০১১তো বৰষুণৰ ফলত অঞ্চলটোত মৃত্যু হৈছিল শ শ লোকৰ। প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ ৰূপ লৈছে পাহাৰীয়া ঠাইখনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.