AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাৰাথন নিৰ্বাচনী প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা……

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাৰাথন নিৰ্বাচনী প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰীগৰাকী। কোকৰাঝাৰত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। চিৰাঙৰ কাজলগাঁৱৰ এংকৰবাৰীত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। বৰষুণত তিতি বুৰিও মুখ্যমন্ত্ৰীৰ ভাষণ শুনিলে হাজাৰ হাজাৰ লোকে। ভাষণৰ মাজতে BTR সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও এৰিলে তীক্ষ্ণ বাক্যবাণ। হাগ্ৰামাৰ চকাত পাম্প নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। লগতে কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলিও বিৰোধীক কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.