অৰ্থনৈতিকঅসম

১৩ দিন বন্ধ থাকিব বেংক! এইকেইটা দিনত আপুনি বেংকত গ’লে নহব একো কাম

মহাশিৱৰাত্ৰি, হোলীৰ লগতে আন বহুকেইটা উৎসৱ আছে মাৰ্চ মাহত। ১৮ মাৰ্চত হোলীৰ বাবে বেংক বন্ধ থকাৰ লগতে ১ মাৰ্চত শিৱৰাত্ৰি উপলক্ষে বন্ধ থাকিব বেংকসমূহ। আনহাতে, চৰকাৰী বন্ধ দেওবাৰৰ লগতে সাতদিন একেৰাহে বন্ধ থাকিব বেংক।

১৩ দিনৰ কাৰণে বন্ধ থাকিব বেংক। ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বন্ধ দিনৰ তালিকা অনুসৰি মাৰ্চ মাহত ১৩ দিনৰ বাবে বন্ধ থাকিব বেংক। কিন্তু বেংক বন্ধ থাকিলেও অসমৰ গ্ৰাহকসকলে চিন্তা কৰিবলগীয়া বিশেষ একো কাৰণ নাই। কিয়নো ভাৰতৰ সকলো ৰাজ্যতে বন্ধৰ দিনবোৰ বেলেগ-বেলেগ।

মহাশিৱৰাত্ৰি, হোলীৰ লগতে আন বহুকেইটা উৎসৱ আছে মাৰ্চ মাহত। ১৮ মাৰ্চত হোলীৰ বাবে বেংক বন্ধ থকাৰ লগতে ১ মাৰ্চত শিৱৰাত্ৰি উপলক্ষে বন্ধ থাকিব বেংকসমূহ। আনহাতে, চৰকাৰী বন্ধ দেওবাৰৰ লগতে সাতদিন একেৰাহে বন্ধ থাকিব বেংক।

কি কি দিনত বন্ধ থাকিব বেংক-

১ মাৰ্চ, ২০২২: মহাশিৱৰাত্ৰি
৩ মাৰ্চ, ২০২২: ছিকিমৰ উৎসৱ ল’চাৰ
৪ মাৰ্চ, ২০২২: মিজোৰামৰ উৎসৱ চাপচাৰ কুট
৬ মাৰ্চ, ২০২২: দেওবাৰ
১২ মাৰ্চ, ২০২২: শনিবাৰ(Second Saturday)
১৩ মাৰ্চ, ২০২২: দেওবাৰ
১৭ মাৰ্চ, ২০২২: হোলিকা দহনৰ বাবে উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ আৰু ঝাড়খণ্ডত বন্ধ থাকিব বেংক
১৮ মাৰ্চ, ২০২২: হোলী
১৯ মাৰ্চ, ২০২২: হোলী
২০ মাৰ্চ, ২০২২: দেওবাৰ
২২ মাৰ্চ, ২০২২: বিহাৰ দিৱস
২৬ মাৰ্চ, ২০২২: শনিবাৰ(Fourth Saturday)
২৭ মাৰ্চ, ২০২২: দেওবাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.