অসমঅসম আৰক্ষী

নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা, লক্ষ্য ড্ৰাগ্ছ মাফিয়া

গুলীবিদ্ধ ড্ৰাগ্ছ মাফিয়া ছাহজাহান আলী ওৰফে ছাজু

◾ নগাঁৱৰত পুনৰ আৰক্ষীৰ গুলীচালনা

◾ ড্ৰাগ্ছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾ গুলীবিদ্ধ ড্ৰাগ্ছ মাফিয়া ছাহজাহান আলী ওৰফে ছাজু

◾ বাসগৃহত তালাচী চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ

◾পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ গুলীচালনা

◾ জুৰীয়াৰ বালুকটীয়াত সংঘটিত এই ঘটনা

◾ উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − fourteen =

Back to top button