অসমদৈনিক বাতৰি

লোডশ্বেডিঙক লৈ উত্তপ্ত কাছাৰ, APDCLৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

লোডশ্বেডিঙক লৈ উত্তপ্ত কাছাৰ, APDCLৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

লোডশ্বেডিঙক লৈ উত্তপ্ত কাছাৰ

APDCLৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

৭ সমষ্টিত একেলগে ঘেৰাও APDCLৰ কাৰ্যালয়

প্ৰতিবাদৰ সময়ত আৰক্ষীৰে হতাহতিত লিপ্ত

গ্ৰেপ্তাৰ কেইবাজনো কংগ্ৰেছৰ প্ৰতিবাদকাৰী

অস্বাভাৱিক হাৰত বিদ্যুতৰ লোডশেটিংৰ ফলত অতিষ্ট  সাধাৰন ৰাইজ ৷ এফালে অতিৰিক্ত বিল আৰু আন ফালে ঘনাই লোডশ্বেডিং। যাৰ বাবে প্ৰচণ্ড গৰমত দূৰ্বীহ জীৱন যাপন কৰিছে কাছৰৰ ৰাইজে৷ এই অৱস্থাত বিদ্যুত বিভাগৰ এই আজৱ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জিলা কংগ্ৰেছ৷ জিলাৰ ৭ সমষ্টিৰ  APDCL ৰ প্ৰতিটো কাৰ্যালয় মঙ্গলবাৰ একেলগে ঘেৰাও কৰে কংগ্ৰেছ কৰ্মীয়ে। কাটিগড়, বৰখলা, সোনাই, উদাৰবন্ধ, ধলাই লক্ষীপুৰ আৰু শিলচৰত APDCL ৰ ডিভিছন. ছাব- ডিভিছন কাৰ্যালয়  একেলগে ঘেৰাও কৰে কংগ্ৰেছী সকলে ৷শিলচৰ পানপট্টীত থকা APDCL ৰ সাব- ভিভিচন কাৰ্যালয় ঘেৰাও কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.