Assamleatest updateSocial

ৰাজ্যত শীঘ্ৰে বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

ৰাজ্যিক কেবিনেটৰ পৰৱৰ্তী বৈঠকত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

ৰাজ্যত শীঘ্ৰে বৃদ্ধি পাব বিদ্যুতৰ মাচুল। বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে ৰাজ্যিক কেবিনেটৰ পৰৱৰ্তী বৈঠকত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। বুধবাৰে সংবাদ মেলত এই ইংগিত দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২৪ ঘণ্টাই বিদ্যুৎ যোগান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তাৰ বাবে প্ৰতিদিনে ক্ৰয় কৰিব লাগিব প্ৰায় ৭০০ কোটি টকাৰ বিদ্যুৎ শক্তি। যাৰ বাবে প্ৰয়োজন হ’ব বিদ্যুতৰ মাচুল বৃদ্ধি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.