Covid-19অসম

আজিৰে পৰা ৰাজ্যত নাথাকে ক’ভিডৰ SOP! কিন্তু মানিব লাগিব এইসমুহ নিয়ম…

নাথাকে নৈশ সান্ধ্য আইনো

◾ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

◾আজিৰে পৰা ৰাজ্যত নাথাকে ক’ভিডৰ SOP

◾নাথাকে নৈশ সান্ধ্য আইনো

◾ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক

◾ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১ হাজাৰ টকাৰ জৰিমনা

বাধ্যতামূলক সামাজিক দূৰত্ব, ছেনিটাইজাৰৰ ব্যৱহাৰ

◾ৰাজহুৱা স্থানত ভেকচিন নোলোৱা লোকৰ প্ৰৱেশতো বাধা

◾ভেকচিন নোলোৱা লোকক কেৱল চিকিৎসালয়তে অনুমতি

◾ৰাজহুৱা স্থানত থু পেলালেও ভৰিব লাগিব জৰিমনা

◾দোকানত থাকিব লাগিব ছেনিটাইজাৰৰ ব্যৱস্থা

◾বিদ্যালয় খোলা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা

◾আজিৰে পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

◾প্ৰথম শ্ৰেণীৰ পৰা বিশ্ববিঃ পৰ্যায়ৰ সকলো শ্ৰেণীৰ পাঠদান

◾একেলগে কেৱল ৩০ শিক্ষাৰ্থীয়ে কৰিব পাৰিব পাঠগ্ৰহণ

◾শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাতো মানিব লাগিব সামাজিক দূৰত্ব

◾শিক্ষাৰ্থীৰ মাজত থাকিব অতি কমেও ৬ ফুটৰ দূৰত্ব

◾শ্ৰেণীৰ ভিতৰে বাহিৰে মানিব লাগিব এই নিয়ম

◾বিদ্যালয়ত থাকিব লাগিব থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 5 =

Back to top button