অপৰাধঅসম

GMCH ৰ পৰা অপহৃত শিশুৰ সন্ধান ওলাইছে! ক’ত আছে শিশুটি?

GMCH ৰ পৰা অপহৃত প্ৰিয়মৰ সন্ধানত অভিযান

◾GMCH ৰ পৰা অপহৃত প্ৰিয়মৰ সন্ধানত অভিযান

◾চেন্নাই ক্ৰাইম ব্ৰাঞ্চে নিশা চলালে অভিযান

◾চেন্নাইৰ এখন হোটেলত অভিযান চলাই অভিযান

◾১৩ এপ্ৰিলত অপহৃত হৈছিল ৭ মহীয়া শিশুটি

◾সেইদিনাই শুৱালকুছিৰ দম্পতীয়ে দত্তক লৈছিল এটি শিশু

◾শিশুটিক চিকিৎসাৰ বাবে চেন্নাইলৈ নিছিল দম্পতীয়ে

◾গুৱাহাটী ক্ৰাইমব্ৰাঞ্চে লাভ কৰিছিল এই তথ্য

◾অসম আৰক্ষীৰ অনুৰোধত চেন্নাই আৰক্ষীৰ অভিযান

◾অসমৰ পৰা নিয়া এটি অসুস্থ শিশুৰ সন্ধানত অভিযান

◾চেন্নাইলৈ চিকিৎসাৰ বাবে নিয়া শিশুটি প্ৰিয়ম বুলি সন্দেহ

◾ঘটনাত পোহৰলৈ আহিছে এগৰাকী নাৰ্চৰ তথ্য

◾নাৰ্চগৰাকীয়ে শিশুটিক দিছিল শুৱালকুছিৰ দম্পতীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 9 =

Back to top button