অসমদৈনিক বাতৰিধৰ্মীয়

শিৰত সেন্দুৰ লৈ হোমৰ গুৰিত বহিল ইনা বেগম..

সম্পুৰ্ণ ৰাতি-নীতিৰে হিন্দু ধৰ্ম ল'লে নলবাৰীৰ এগৰাকী মুছলমান যুৱতীয়ে

সম্পুৰ্ণ ৰাতি-নীতিৰে হিন্দু ধৰ্ম ল’লে নলবাৰীৰ এগৰাকী মুছলমান যুৱতীয়ে

নলবাৰী জিলাৰ পানীগাঁও অঞ্চলত এজনী মুছলমান যুৱতীয়ে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে আজি হোমক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হয়। যুৱতী গৰাকীৰ পূৰ্বৰ নাম আছিল ইনা বেগম আৰু পিতৃৰ নাম আছিল বাদু আলী।

ছোৱালী গৰাকীয়ে প্ৰথমে আইনী প্ৰক্ৰিয়াৰে কোৰ্ট ৰেজিষ্টাৰৰ সহায়ত মুছলিম ধৰ্ম ত্যাগ কৰি হিন্দু ধর্ম গ্ৰহণ কৰে। তাৰ পিছত সমগ্ৰ গাওঁৰ মানুহৰ উপস্থিতিত বিশ্ব হিন্দু পৰিষদৰ সহযোগত হিন্দু ধর্মৰ নিয়ম মতে হোম যজ্ঞক সাক্ষী কৰি হিন্দু ধৰ্মালম্বী যুৱকৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.