অসমগুৱাহাটীদৈনিক বাতৰি

শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ

শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ

শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি সন্দৰ্ভত সমালোচনা নেত্ৰীগৰাকীৰ। ৰাইজৰ জীৱন আৰু স্বাস্থ্যক লৈ চৰকাৰ সচেতন নহ’ল বুলি অভিযোগ। বজাৰত ফৰ্মেলিনযুক্ত মাছ আৰু কীটনাশকযুক্ত শাক-পাচলি বিক্ৰী হৈ থকাত চৰকাৰক সমালোচনা। ৫১ হাজাৰ শিক্ষক-কৰ্মচাৰীক দৰমহা দিব নোৱাৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। ৰাজ্যত মহিলা নিৰ্যাতনৰ ক্ষেত্ৰতো অসমৰ স্থান প্ৰথম বুলি সমালোচনা শাসকীয় চৰকাৰখনক। মিছন বসুন্ধৰাৰ জৰিয়তে পানীৰ দৰত বহিৰাগতক ভূমি বিক্ৰীৰ অভিযোগ। একেদৰে, বাল্য বিবাহৰ নামত বহু লোকক হাৰাশাস্তি প্ৰদান কৰাত বহু গৰ্ভৱতীয়ে এতিয়া ভয়তে স্বাস্থ্য পৰীক্ষা কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মীৰা বৰঠাকুৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.